6. 2x + 3y - 8 =0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নির্ণয় কৰা যাতে এইদৰে গঠন হােৱা ৰৈখিক সমীকৰণৰ যােৰটোৰ জ্যামিতিক প্রদর্শনটো হব
(i) কটাকটি ৰেখা
(iii) 'মিলি যােৱা ৰেখা।
(ii) সমান্তৰাল ৰেখা