Questions


September 2021 2 192 Report

1)দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থােৱা নহয় কিয় ?

2)এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে
সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

3)এটা ধাতব যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্রিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে।
উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হােৱা এটা
যৌগ কেলছিয়াম ক্ল'ৰাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা ।​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.