translate the following Assamese sentences into English :
1. ৰাজ এজন ধুনীয়া লৰা।
2. তেওঁ গীত গাই ভাল পাই।
3. তেওঁৰ ককাদেউতাকো এজন বৰ ভাল গায়ক আছিল।
4. ৰাজে দেউতাকক সুধিছিল," আমাৰ আইতায়ো গীত গাইছিল নে?
5. দেউতাকে কৈছিল যে তেওঁ এগৰাকী ভাল নাচনী আছিল।
6. দেউতা আহাঁ আমি এটি গীত গাও।