Q.)
শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
A.)
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীত্তন ঘোষা'ৰ অন্তগত 'শীশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।
শিশুলীলা কবিতা টোৰ মূল ভাৱ লিখা ।
উত্তৰ :
সিশুলীলা ঘোষা তি , মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰ " কীৰ্তন ঘোষা " ৰ পৰা উদ্ধৃত হৈছে । শিশুলীলা নামৰ পাঠ টোত ভগৱন্ত শ্ৰী কৃষ্ণ ৰ বাল্য কালৰ চৰিত্ৰ দিয়া হৈছে । কৃষ্ণ ই সৰু থাকোঁতে তেওঁৰ ধেমালি বোৰেৰে সকলো লোককে মোহ তুলিছিল । এদিন তেওঁৰ মাতৃ যোষদাই গোপী সকলৰ সৈতে ক্ষৌম বস্ত্ৰ পিন্ধি লবনো তৈয়াৰ কৰিবলৈ বহিছিল । সেই সময়তেই শ্ৰীকৃষ্ণ ই মাতৃ যোষদা ৰ ওচৰত আহি কোলাত লবলৈ জেদ ধৰিছিল । উপাইহিন হৈ মাতৃ যোষদাই তেওঁক কোষত লৈ গাখীৰ খুৱাবলৈ ললে । সেই সময়তেই তেওঁৰ মনত পৰিল যে তেওঁ জুই ত গাখীৰ থৈ নমাবলৈ পাহৰি গৈছিল । তেওঁৰ মনত পৰত তেওঁ লৰা লৰি কৈ কৃষ্ণ ক আধাতে এৰি গাখীৰ নমাবলৈ গল । মাতৃ এই কাণ্ড বুজি নাপাই শ্ৰী কৃষ্ণ ই অকলো লৱনো পাত্ৰ বৰ ভাঙিলে আৰু তাৰ পৰা লবনু চুৰি কৰি খালে আৰু বান্দৰক ও খুৱালে ।
ㅤㅤㅤ
Copyright © 2024 EHUB.TIPS team's - All rights reserved.
Answers & Comments
Q.)
শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
A.)
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীত্তন ঘোষা'ৰ অন্তগত 'শীশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।
..QUESTION..
প্ৰশ্ন :
শিশুলীলা কবিতা টোৰ মূল ভাৱ লিখা ।
..ANSWER..
উত্তৰ :
সিশুলীলা ঘোষা তি , মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰ " কীৰ্তন ঘোষা " ৰ পৰা উদ্ধৃত হৈছে । শিশুলীলা নামৰ পাঠ টোত ভগৱন্ত শ্ৰী কৃষ্ণ ৰ বাল্য কালৰ চৰিত্ৰ দিয়া হৈছে । কৃষ্ণ ই সৰু থাকোঁতে তেওঁৰ ধেমালি বোৰেৰে সকলো লোককে মোহ তুলিছিল । এদিন তেওঁৰ মাতৃ যোষদাই গোপী সকলৰ সৈতে ক্ষৌম বস্ত্ৰ পিন্ধি লবনো তৈয়াৰ কৰিবলৈ বহিছিল । সেই সময়তেই শ্ৰীকৃষ্ণ ই মাতৃ যোষদা ৰ ওচৰত আহি কোলাত লবলৈ জেদ ধৰিছিল । উপাইহিন হৈ মাতৃ যোষদাই তেওঁক কোষত লৈ গাখীৰ খুৱাবলৈ ললে । সেই সময়তেই তেওঁৰ মনত পৰিল যে তেওঁ জুই ত গাখীৰ থৈ নমাবলৈ পাহৰি গৈছিল । তেওঁৰ মনত পৰত তেওঁ লৰা লৰি কৈ কৃষ্ণ ক আধাতে এৰি গাখীৰ নমাবলৈ গল । মাতৃ এই কাণ্ড বুজি নাপাই শ্ৰী কৃষ্ণ ই অকলো লৱনো পাত্ৰ বৰ ভাঙিলে আৰু তাৰ পৰা লবনু চুৰি কৰি খালে আৰু বান্দৰক ও খুৱালে ।
ㅤㅤㅤ꧁ ʙʀᴀɪɴʟʏ×ᴋɪᴋɪ ꧂
ㅤㅤㅤ