Answer:
১. অথাই সাগৰ – (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷
২. অপাৰ সমুদ্ৰ – (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷
৩. আথে-বেথে – (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷
৪. আকাশত চাং পতা – (অৰ্থ : অস্বাভাৱিক কল্পনা কৰা) – কমল আকাশত চাং পতা মানুহ ৷
৫. আকালৰ ভাত – (অৰ্থ : মহা বিপদৰ সহায়) - আকালৰ ভাত বিপদৰ মাত কোনোৱে পাহৰিব নোৱাৰ
Copyright © 2024 EHUB.TIPS team's - All rights reserved.
Answers & Comments