সাঁথৰ ১। ৰজাৰ কাপোৰ তিতাব পাৰি শুকুৱাব নোৱাৰি। ২। ৰজাঘৰীয়া কলি গাই এক পিয়ন দি মৰি যায়। ৩। চাৰিটা আখৰে মোৰ নামটো তাৰে দুটা আখৰে এটা জাতিৰ নাম, আন দুটা আখৰে এটা ফলৰ নাম বুজায় কোৱা চোন মোৰ নামটো কি? নিচ্যুণ ৪/ জলত জন্ম স্থূলত বাস, মাকে চুলে হয় সর্বনাশ ৫। এটুপি পানীতে বগলীটো চৰে পানীটুপি শুকাই গলে বগলীটো মৰে। ৬। পাত আছে ডাল নাই কথা আছে মাত নাই?
Answers & Comments
[tex]\huge\mathcal{\fcolorbox{yellow} {beige} {\orange{ᏗᏁᏕᏇᏋᏒ}}}[/tex]
─────────────────────────────────────────
──────────────────────────────────────────
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
দুটা আখৰে এটা জাতিৰ নাম বুজায় কোৱা চোন মোৰ নামটো "চা"। দুটা আখৰে এটা ফলৰ নাম বুজায় কোৱা চোন মোৰ নামটো "লম্বু"।
মাতৃভাষা এটি অসমীয়া ভাষাৰ শব্দাস্পদি।
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
─────────────────────────────────────────
──────────────────────────────────────────
[tex]{ \orange{ \sf \: hope \: it \: helps \: you}}[/tex]